প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি সাফল্যৰ ক্ষেত্ৰত বিনয়ী হৈ থকা আৰু নিৰন্তৰ শিকন তথা বিকাশৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“खद्योतो द्योतते तावद् यावन्नोदयते शशी।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः।।”
জোনাকী পৰুৱা এটা কেৱল চন্দ্ৰৰ অনুপস্থিতিত জিলিকি থকা দেখা যায়। কিন্তু যেতিয়া সূৰ্য উদয় হয়, তেতিয়া জোনাকী পৰুৱাৰ উজ্জ্বলতা বা চন্দ্ৰ কাকোৱে দেখা নাযায়। একেদৰে, কম কৃতিত্বৰ গুৰুত্ব কেৱল তেতিয়ালৈকে থাকে যেতিয়ালৈকে বৃহৎ সাফল্য এটা নাহে। সেয়েহে, সীমিত সফলতাৰ বাবে অহংকাৰী হোৱাৰ পৰিৱৰ্তে বিনয়ী হ’ব লাগে আৰু নিৰন্তৰ শিকন তথা সমৃদ্ধি অব্যাহত ৰাখিব লাগে।
खद्योतो द्योतते तावद् यावन्नोदयते शशी।
उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः।। https://t.co/86NrPIbyXO
— Narendra Modi (@narendramodi) October 22, 2026
***
MJPS/SS/PRK/HS
खद्योतो द्योतते तावद् यावन्नोदयते शशी। उदिते तु सहस्रांशौ न खद्योतो न चन्द्रमाः।। https://t.co/86NrPIbyXO
— Narendra Modi (@narendramodi) October 22, 2026