Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত স্বৰ্ণ জয়ী দিলীপক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ৪০০ মিটাৰ টি৪৭ ইভেণ্টত স্বৰ্ণ জয় কৰা দিলীপক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে উন্নত প্ৰদৰ্শনৰ জৰিয়তে খিতাপ অক্ষুণ্ণ ৰখাটো তেওঁৰ এক উল্লেখযোগ্য সাফল্য। তেওঁৰ গতি, সংকল্প আৰু উৎসৰ্গা সঁচাকৈয়ে প্ৰশংসনীয়, ভাৰত তেওঁক লৈ গৌৰৱান্বিত।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ৪০০ মিটাৰ টি৪৭ ইভেণ্টত উৎকৃষ্ট সময়ৰ সৈতে স্বৰ্ণ জয় কৰা দিলীপক আন্তৰিক অভিনন্দন জনাইছো। উন্নত প্ৰদৰ্শনৰ জৰিয়তে খিতাপ অক্ষুণ্ণ ৰখাটো তেওঁৰ এক উল্লেখযোগ্য সাফল্য। তেওঁৰ গতি, সংকল্প আৰু নিষ্ঠা সঁচাকৈয়ে প্ৰশংসনীয়। ভাৰত তেওঁক লৈ গৌৰৱান্বিতঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

****

MJPS/SS/PRK/HS