Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত ব্ৰঞ্জৰ পদক জয়ী ৰবি কাৰ্তিক বুডিজিনাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন


এছিয়ান পেৰা গেমছ ২০২৬ত পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল এছ১৩ ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ী ৰবি কাৰ্তিক বুডিজিনাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অভিনন্দন জনাইছে।

শ্ৰী মোদীয়ে কয় যে এই কৃতিত্বৰ বাবে তেওঁ অতি গৌৰৱান্বিত। তেওঁৰ আবেগ আৰু দায়বদ্ধতাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে অনাগত সূচীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছেঃ

‘পুৰুষৰ ৫০ মিটাৰ ফ্ৰীষ্টাইল এছ১৩ ইভেণ্টত ব্ৰঞ্জৰ পদক জয়ী ৰবি কাৰ্তিক বুডিজিনাক লৈ অতি গৌৰৱান্বিত। তেওঁৰ আবেগ আৰু দায়বদ্ধতা প্ৰশংসনীয়। তেওঁৰ অনাগত সূচীৰ বাবে শুভেচ্ছাঃ প্ৰধানমন্ত্ৰী @narendramodi’

 

 

****

MJPS/SS/PRK/HS