প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰক অভিনন্দন জনায়।
শ্ৰীমোদীয়ে উল্লেখ কৰে যে ট্ৰেকত তেওঁৰ এই প্ৰদৰশনে ভাৰতৰ বাবে গৌৰৱৰ আন এক মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ লগতে আশা প্ৰকাশ কৰে যে অজয়ে নিজৰ সীমা অতিক্ৰম কৰি ভৱিষ্যতে আৰু অধিক সফলতা অৰ্জন কৰি যাওক।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে লিখেঃ
“এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৪০০ মিটাৰ T64 প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে অজয় কুমাৰলৈ অভিনন্দন! ট্ৰেকত তেওঁৰ প্ৰদৰ্শনে ভাৰতৰ বাবে গৌৰৱৰ আন এক মুহূৰ্ত কঢ়িয়াই আনিছে। তেওঁ নিজৰ সীমা অতিক্ৰম কৰি আৰু অধিক সফলতা অৰ্জন কৰকঃ প্ৰধানমন্ত্ৰী @narendramodi”
Congratulations to Ajay Kumar on winning Bronze in the Men’s 400m T64 event at the Asian Para Games! His performance on the track has brought another moment of pride for India. May he continue to push boundaries and achieve greater success: PM @narendramodi
— PMO India (@PMOIndia) October 23, 2026
****
MJPS/SS/PRK/DB