Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাৰ


তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘এক্স’ত উল্লেখ কৰে:

 

“তেলেংগানাৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

 

****

MJPS/SS/PRK/DB