Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৪৭ বছৰত প্ৰথমবাৰৰ বাবে ধাৰাবাহিকভাৱে ১২ মাহে চিআৰপিএফৰ কোনো সদস্য হতাহত নোহোৱাৰ সফলতাক আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চিআৰপিএফ) -এ ৪৭ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ধাৰাবাহিকভাৱে ১২ মাহে কোনো ধৰণৰ হতাহত নোহোৱাকৈ কাৰ্যনিৰ্বাহ কৰা সফলতাৰ কথা আলোকপাত কৰে। তেওঁ ইয়াক অতিশয় গুৰুত্বপূৰ্ণ ‘শূন্য’ আখ্যা দিয়ে।

শ্ৰী মোদীয়ে এক্সৰ পোষ্টত কয়ঃ

“এক ‘শূন্য’, যিয়ে বহু কথাই প্ৰকাশ কৰে। @crpfindia”

— Narendra Modi (@narendramodi) November 3, 2026

**********

MJPS/SS/ST