Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অনুশাসনপূৰ্ণ কথা আৰু মন, মিতব্যয়িতা আৰু সত্যনিষ্ঠতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰি উল্লেখ কৰে যে যিজন ব্যক্তিৰ কথা আৰু মন অনুশাসনপূৰ্ণ আৰু একাগ্ৰতাপূৰ্ণ তথা যাৰ জীৱন মিতব্যয়িতা, আত্মত্যাগ আৰু সত্যতাৰ দ্বাৰা চিহ্নিত, তেওঁ জীৱনৰ সৰ্বোচ্চ সফলতাত উপনীত হয়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

“यस्य वाङ्मनसी स्यातां सम्यक् प्रणिहिते सदा।

तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात्॥”

যিজন ব্যক্তিৰ কথা আৰু মন সদায় অনুশাসনপূৰ্ণ আৰু একাগ্ৰতাপূৰ্ণ,যাৰ জীৱন মিতব্যয়িতা, আত্মত্যাগ তথা সত্যনিষ্ঠাৰ দ্বাৰা চিহ্নিত, তেওঁ নিঃসন্দেহে জীৱনৰ সৰ্বোচ্চ সাফল্য লাভ কৰে।

 

***

MJPS/SS/PRK/HS