প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱৰ্ধন পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সকলোৰে সুখ, সৌভাগ্য আৰু সমৃদ্ধি কামনা কৰি, তেওঁ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত নতুন শক্তি আৰু উৎসাহৰ সঞ্চাৰ কৰিব বুলি কামনা কৰে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁ এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰে।
এক্সত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“সমূহ দেশবাসীক গোৱৰ্ধন পূজাৰ শুভেচ্ছা জনাইছো। এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু উৎসাহ কঢ়িয়াই আনক। সকলোৰে জীৱন সুখ, সৌভাগ্য আৰু সমৃদ্ধিৰে ভৰি পৰক, এয়াই মোৰ শুভকামনা।
आभीरनगरीप्राणप्रियं सत्यपराक्रमम् ।
स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥”
মই গোৱৰ্ধনধাৰী, ব্ৰজৰ লোকসকলৰ প্ৰিয় ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰোঁ, যাৰ বীৰত্ব অসীম আৰু যিয়ে তেওঁৰ ভক্তসকলক অভয় প্ৰদান কৰে।
सभी देशवासियों को गोवर्धन पूजा की बहुत-बहुत शुभकामनाएं। यह पावन पर्व आप सभी के जीवन में नई ऊर्जा और नए उत्साह का संचार करे। सभी के सुख, सौभाग्य और समृद्धि का विस्तार हो, यही मंगलकामना है।
आभीरनगरीप्राणप्रियं सत्यपराक्रमम् ।
स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥ https://t.co/m4RELRBfsO
— Narendra Modi (@narendramodi) November 10, 2026
****
MJPS/SS/PRK/NB
सभी देशवासियों को गोवर्धन पूजा की बहुत-बहुत शुभकामनाएं। यह पावन पर्व आप सभी के जीवन में नई ऊर्जा और नए उत्साह का संचार करे। सभी के सुख, सौभाग्य और समृद्धि का विस्तार हो, यही मंगलकामना है। आभीरनगरीप्राणप्रियं सत्यपराक्रमम् । स्वभृत्यभयभेत्तारं गोवर्धनधरं भजे ॥ https://t.co/m4RELRBfsO
— Narendra Modi (@narendramodi) November 10, 2026