Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্কট ৰোগৰ চিকিৎসাৰ বোজা লাঘৱ কৰা আৰু সুলভ স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ দিশত ভাৰতে গ্ৰহণ কৰা পদক্ষেপৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে৷

ভাৰতে কৰ্কটৰোগ প্ৰতিৰোধী ঔষধৰ ব্যয় হ্ৰাস কৰাৰ পৰা আৰম্ভ কৰি কৰ্কট ৰোগৰ চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰালৈকে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বোজা লাঘৱ কৰাৰ দিশত ভাৰতে কেনেদৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে সেই বিষয়ে এই প্ৰবন্ধটোত উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত এইদৰে পোষ্ট কৰিছেঃ

গুণগত স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ কেতিয়াও সামৰ্থ্যৰ দ্বাৰা সীমাবদ্ধ হ’ব নালাগে।

ইয়াত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JPNadda-ৰ অন্তৰ্দৃষ্টি আৰু আগুৱাই যোৱাৰ উপায় দিয়া হৈছে, কৰ্কট প্ৰতিৰোধী ঔষধৰ ব্যয় হ্ৰাস কৰাৰ পৰা কৰ্কট ৰোগৰ যত্নৰ আন্তঃগাঁথনি শক্তিশালী কৰালৈকে, ভাৰতে ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বোজা হ্ৰাস কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

 

এই লেখাটো পঢ়ক!https://hindustantimes.com/opinion/when-cancer-hits-the-cost-of-treatment-shouldn-t-bite-

101794509358328.html”

 

****

MJPS/SS/PRK/MK