Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে তেলেংগানাৰ মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীয়ে


তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী, ৰাজ্যখনৰ মন্ত্ৰী শ্ৰী ভাকিটি শ্ৰীহৰি আৰু শ্ৰী উত্তম কুমাৰ ৰেড্ডী তথা কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যম ‘এক্স’ত এই সাক্ষাৎ সন্দৰ্ভত এইদৰে প্ৰকাশ কৰিছে—

“তেলেংগানাৰ মুখ্যমন্ত্ৰী শ্ৰী ৰেৱন্ত ৰেড্ডী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী শ্ৰী ভাকিটি শ্ৰীহৰি আৰু শ্ৰী উত্তম কুমাৰ ৰেড্ডী তথা কেন্দ্ৰীয় মন্ত্ৰী ড° মনসুখ মাণ্ডৱিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।”

 

***

MJPS/SS/PRK/DM