পি এম ইণ্ডিয়া
|
ক্ৰ.নং |
চুক্তিসমূহৰ তালিকা |
ভাৰতীয় স্বাক্ষৰকাৰী |
ইউৰোপিয়ান সংঘৰ স্বাক্ষৰকাৰী |
|
১. |
ইউৰোপিয়ান গৱেষণা পৰিষদৰ উদ্যোগত ইউৰোপত ইউৰোপিয়ান আয়োগ আৰু ভাৰতীয় গৱেষণাৰ বিজ্ঞান আৰু অভিযান্তিক বোৰ্ডৰ মাজত ব্যৱস্থাপনাৰ কাৰ্যকৰী কৰা |
ড০ আৰ. শৰ্মা(এছইআৰবিৰ সচিব) |
শ্ৰীযুত টমাছ কজল’ৱস্কি(ইউৰোপিয়ান সংঘৰ ৰাষ্ট্ৰদূত) |
|
২. |
বাংগালুৰুৰ মেট্ৰো ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ বাবে ৫০০ মিলিয়ন ইউৰোৰ ৩০০ মিলিয়ন ইউৰোৰ বিত্তীয় ঠিকা |
শ্ৰীযুত সুভাষ চন্দ্ৰ গাৰ্গ(ডিইএৰ সচিব) |
শ্ৰীযুত এন্দ্ৰিউ মেকডোৱেল(এআইবিৰ অধ্যক্ষ) |
|
৩. |
আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ আভ্যন্তৰীণ সচিবালয় আৰু ইউৰোপিয়ান ইনভেষ্টমেণ্ট বেংকৰ মাজত যৌথ ঘোষণা পত্ৰ |
শ্ৰীযুত উপেন্দ্ৰ ত্ৰিপাঠী(আইএছএ সচিবালয়ৰ, সচিব প্ৰধান) |
শ্ৰীযুত এন্দ্ৰিউ মেকডোৱেল(এআইবিৰ অধ্যক্ষ) |
***
AKT/SH/VK/DB