পি এম ইণ্ডিয়া
প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মেদীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত লক্ষনৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ১৮৯৯ বৰ্গ কিলোমিটাৰ ভূমি ভাৰতীয় বিমান প্ৰাধিকৰণৰদ্বাৰা লক্ষনৌ মেট্ৰ’ ৰে’ল কৰ্পোৰেশ্যনলৈ স্থায়ীভাৱে হস্তান্তৰ কৰাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়।
ট্ৰান্সপোৰ্ট নগৰ মেট্ৰ’ ষ্টেশ্যনৰ প্ৰৱেশ আৰু প্ৰস্থান পথ নিৰ্মাণ কৰিবৰ বাবে উক্ত ভূমি লক্ষনৌ মেট্ৰ’ ৰে’ল কৰ্পোৰেশ্যনক প্ৰয়োজন আছিল।এয়া এক জনসাধাৰণে ব্যৱহাৰ কৰিব পৰা প্ৰকল্প যাৰ পৰা বিশাল মাত্ৰাত জনসাধাৰণ লাভান্বিত হ’ব।
***
AKT/VBA/SH/PRK