Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে নতুন বছৰ-২০১৮ৰ শুভেচ্ছা জনাইছো। এই বছৰটোৱে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য কঢ়িৱাই আনক, তাকে প্ৰাৰ্থনা কৰিছো।”

*****

AKT/NT/DB