Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বৰদিন উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে বৰদিন শুভেচ্ছা জনাইছো। আজিৰ পবিত্ৰ দিনত আমি ভগবান যীচুৰ মহান শিক্ষাক সোঁৱৰিছো।

এই উৎসবৰ বতৰে আমাৰ সমাজত সুখ আৰু সদ্ভাৱৰ বিকাশ কৰক, তাকে কামনা কৰিছো।”

***

AKT/SH/DB