Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জন্ম জয়ন্তীত স্বামী বিবেকান্দক স্মৰণ প্ৰধানন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম জয়ন্তীত স্বামী বিবেকানন্দক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।

“জন্ম জয়ন্তীত স্বামী বিবেকানন্দক মই প্ৰণাম জনাইছো৷ ৰাষ্ট্ৰীয় যুৱ দিৱসত আজি মই আমাৰ দেশৰ যুৱ প্ৰজন্মৰ অদম্য শক্তি আৰু উৎসাহক চেল্যুট জনাইছো৷ তেওঁলোক হ’ল নতুন ভাৰতৰ নিৰ্মাতা৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/AK/MS