পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিৱসত শ্ৰদ্ধা জনায়৷
‘‘নেতাজী সুভাষ চন্দ্ৰ বসুৰ বীৰত্বই প্ৰতিজন ভাৰতীয়ক গৰ্বিত কৰি আহিছে৷ তেওঁৰ জন্মজয়ন্তীত এই মহান ব্যক্তিক আমি সেৱা জনাইছোঁ’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
****
AKT/SH/MANN
The valour of Netaji Subhas Chandra Bose makes every Indian proud. We bow to this great personality on his Jayanti. pic.twitter.com/Qrao1dnmQZ
— Narendra Modi (@narendramodi) January 23, 2018