Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উপলক্ষে কন্যাশিশুৰ শক্তি, দক্ষতা আৰু সাহসক প্ৰধানমন্ত্ৰীৰ অভিবাদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উপলক্ষে কন্যাশিশুৰ শক্তি, দক্ষতা আৰু সাহসক অভিবাদন জ্ঞাপন কৰিছে।

“ৰাষ্ট্ৰীয় কন্যাশিশু দিৱস উপলক্ষে কন্যাশিশুৰ শক্তি, দক্ষতা আৰু সাহসক অভিবাদন জ্ঞাপন কৰিছো। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে আমি গৰ্বিত।”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/SH/PRK