Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰী উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

“মহাশিৱৰাত্ৰীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো,” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

***

AKT/SH/PRK