Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰখ্যাত ছুফী গায়ক প্যাৰেলাল ৱাডালিৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত ছুফী গায়ক প্যাৰেলাল ৱাডালিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷

‘শ্ৰী প্যাৰেলাল ৱাডালিৰ মৃত্যুত মই ব্যথিত৷ তেওঁৰ গায়নশৈলীয়ে সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ তেওঁৰ কন্ঠই ছুফী সংগীতৰ প্ৰতি মানুহক আকৰ্ষিত কৰি থাকিব৷ তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছো৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

AKT/SH/MS