Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বিশ্ব ধৰিত্ৰী দিৱসত প্ৰধানমন্ত্ৰীয়ে এক সুন্দৰ পৃথিৱী গঢ়াৰ সংকল্পক পুনৰ দোহাৰে


‘বিশ্ব ধৰিত্ৰী দিৱসত আহক আমি সকলোৱে আমাৰ ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ বাবে এখন সুন্দৰ পৃথিৱী গঢ়াৰ সংকল্পক পুনৰ এবাৰ দৃঢ় কৰো৷ জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱ হ্ৰাস কৰিবলৈ আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰো আহক৷ এয়া আমাৰ প্ৰিয় ধৰিত্ৰী আইৰ বাবে এক মহান শ্ৰদ্ধাঞ্জলি হ’ব৷ প্ৰকৃতিৰ সৈতে সদ্ভাৱনাৰ বাৰ্তা বিলাই থকা আৰু বহনক্ষম নিশ্চিত কৰা দেশৰ ব্যক্তি আৰু সংস্থাৰ মই শলাগ ল’ব বিচাৰো৷’—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/ VJ/MS