Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গুজৰাট দিৱসত গুজৰাটবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজ্যিক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘গুজৰাট দিৱসৰ শুভেচ্ছা জনাইছো৷ ৰাজ্যখনৰ জনসাধাৰণ তেওঁলোকৰ সৰলতা আৰু উদ্যোগশীলতাৰ প্ৰতি থকা আগ্ৰহৰ বাবে সকলোৱেই জানে৷ দেশৰ ইতিহাসত গুজৰাটৰ আছে যথেষ্ট বৰঙণি, বিশেষকৈ দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত গুজৰাটে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে৷ আশা কৰো গুজৰাটে ভাৰতৰ বিকাশৰ ক্ষেত্ৰত আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব৷’’

***

AKT/HS/RD