Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পবিত্ৰ ৰমজান মাহৰ আৰম্ভণী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


 

পবিত্ৰ ৰমজান মাহৰ আৰম্ভণী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে ৰমজানৰ শুভেচ্ছা জনাইছো। পয়গম্বৰ মহম্মদ চাহাবৰ ধৰ্মীয় চিন্তাধাৰাক আমি মনত ৰাখিব লাগিব, যিগৰাকীয়ে সংহতি, দয়া আৰু দানৰ মহত্বক আলোকপাত কৰিছিল। এইবোৰেই পবিত্ৰ ৰমজান মাহৰ মুল কথা। 

***

AKT/SH/DB