Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী নেতৃত্বত এছজিপিচিৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী নেতৃত্বত এছজিপিচিৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী নেতৃত্বত এছজিপিচিৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

কেন্দ্ৰীয় খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰছিমৰত কৌৰ বাদলৰ নেতৃত্বত এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোত শিৰোমনি গুৰদ্বাৰ প্ৰৱন্ধক সমিতিৰ সদস্য আছিল।
প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ আঁচনি ‘সেৱভোজ যোজনা’ৰ অধীনত গুৰদ্বাৰকে ধৰি গাতব্য ধৰ্মীয় অনুষ্ঠানৰ দ্বাৰা আগবঢ়োৱা লংগৰ আৰু প্ৰসাদৰ ক্ষেত্ৰত চিজিএছটি আৰু আইজিএছটিৰ কেন্দ্ৰীয় চৰকাৰ অংশ পুনৰ ঘুৰাই দিয়াৰ ব্যৱস্থা কৰা বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰৰ খেতি কৰা কৃষকসকলৰ সমস্যা সমাধানৰ বেলিকা গ্ৰহণ কৰা এলানি ব্যৱস্থাৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

***

AKT/KP/SH/SK/DB