পি এম ইণ্ডিয়া
২৯ জুন ২০১৮ তাৰিখে লোক কল্যাণ মাৰ্গৰ প্ৰায় ১৫০ গৰাকী কৃষকৰ প্ৰতিনিধিৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী সাক্ষাৎ কৰিব৷ এই প্ৰতিনিধিবৰ্গৰ মাজত উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পাঞ্জাৱ, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ কৃষকসকলো থাকিব৷
এই সাক্ষাৎকাৰত কেন্দ্ৰীয় চৰকাৰে কুঁহিয়াৰ খেতিৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হ’ব৷
*****
AKT/VJ/SK/MANN
PM @narendramodi will meet and interact with a delegation of about 150 sugarcane farmers at Lok Kalyan Marg tomorrow. The delegation will consist of farmers from UP, Uttarakhand, Punjab, Maharashtra and Karnataka.
— PMO India (@PMOIndia) June 28, 2018
The Union Government’s interventions and initiatives taken for the sugarcane sector are likely to come up for discussion during the meeting.
— PMO India (@PMOIndia) June 28, 2018