Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

হিন্দী দিৱস উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰী শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দী দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাষা এনে এক মাধ্যম, যাৰদ্বাৰা কোনো এখন সমাজে নিজৰ জ্ঞান, সংস্কৃতি আৰু সংস্কাৰমুলক চিন্তাধাৰাক এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ বহন কৰে। হিন্দী দিৱস উপলক্ষে হিন্দী ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত জড়িত ভাষাবিদ আৰু হিন্দীপ্ৰেমীসকলক আন্তৰিক শুভকামনা জনাইছো।”

***

AKT/SH/BM /DB