পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ মধ্য ছুলাৱেছীত ছুনামি আৰু ভূমিকম্পত প্ৰাণহানি হোৱাৰ সকলৰ লগতে বিধ্বংসী অৱস্থাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় “ইণ্ডোনেছিয়াৰ মধ্য ছুলাৱেছীত ছুনামি আৰু ভূমিকম্পত প্ৰাণহানি হোৱাৰ সকলৰ লগতে বিধ্বংসী অৱস্থাৰ বাবে দুখিত হৈছো। ইয়াৰ বাবে মই গভীৰ শোক প্ৰকাশ কৰিছো। সামূদ্ৰিক প্ৰতিবেশী দেশখনৰ সংকটৰ সময়ত ভাৰতে তেওঁলোকৰ ওচৰত থিয় দিছে।”
****
AKT/SH/DB
Deeply saddened by the loss of lives and devastation due to tsunami and earthquake in Central Sulawesi in Indonesia. I offer deepest condolences. India stands with its maritime neighbour in this difficult hour: PM @narendramodi
— PMO India (@PMOIndia) September 30, 2018