Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বায়ু সৈন্যবাহিনী দিৱসৰ দিনা বায়ু যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ অভিবাদন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু সৈন্যবাহিনী দিৱসৰ দিনা বায়ু যুঁজাৰু আৰু তেওঁলোকৰ পৰিয়ালক অভিবাদন জ্ঞাপন কৰে৷
‘‘এখন কৃতজ্ঞ ৰাষ্ট্ৰই আমাৰ বায়ু যুঁজাৰু তথা তেওঁলোকৰ পৰিয়ালক বায়ু সৈন্যবাহিনী দিৱসৰ দিনা অভিবাদন জনাইছে৷

তেওঁলোক আমাৰ আকাশ মাৰ্গ সুৰক্ষিত কৰি ৰাখে আৰু দুৰ্যোগৰ সময়ত মানৱীয় সহায় আগবঢ়ায়৷ ভাৰতীয় বায়ু সৈন্যবাহিনীক লৈ আমি গৌৰৱ কৰোঁ,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/SH /MANN