পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ভাৰত আৰু মালাৱিৰ মাজত প্ৰত্যৰ্পণ চুক্তি স্বাক্ষৰ আৰু আনুষ্ঠানিক স্বীকৃতি প্ৰদানত অনুমোদন জনায়।
এই চুক্তিৰ জৰিয়তে সন্ত্ৰাসবাদীৰ প্ৰত্যৰ্পণ, অৰ্থনৈতিক অপৰাধীৰ লগতে অন্যান্য অপৰাধীক মালাৱিৰ পৰা প্ৰত্যৰ্পণ কৰাৰ ক্ষেত্ৰত আইনী কাঠামোৰ সুবিধা প্ৰদান কৰিব।
*************
NW/AKT/SH/DB