পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ওড়িশাৰ কটকত সংঘটিত বাছ দুৰ্ঘটনাত যিসকলে আত্মীয়–স্বজনক হেৰুৱালে, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰো আশু আৰোগ্য কামনা কৰিছো৷’’
***
AKT/SH/DB
Condolences to those who lost their loved ones due to the bus accident in Cuttack, Odisha. May the injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) November 21, 2018