পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰ্দাৰ পেটেলৰ পূণ্য তিথি উপলক্ষে তেওঁক স্মৰণ কৰে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক তেওঁক পূণ্য তিথিত মোৰ বিনম্ৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো৷
পূণ্য তিনি উপলক্ষে মহান চৰ্দাৰ পেটেলক স্মৰণ কৰিছো৷ তেওঁৰ চিন্তা-ভাৱনা, সমৃদ্ধিশালী কৰ্ম আৰু ভাৰতৰ একতাৰ হকে লোৱা শক্তিশালী প্ৰচেষ্টাই ভাৰতীয়ৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰে৷
***
AKT/KP /DB
लौह पुरुष सरदार वल्लभभाई पटेल को उनकी पुण्यतिथि पर मेरी विनम्र श्रद्धांजलि।
— Narendra Modi (@narendramodi) December 15, 2018
Remembering the great Sardar Patel on his Punya Tithi. His thoughts, rich work and strong effort towards India’s unity inspire generations of Indians.