পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰত আৰু আৰ্জেণ্টিনাৰ মাজত কুমেৰু অঞ্চলৰ সহযোগিতাক লৈ ২০১৯ৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ সন্দৰ্ভত অৱগত কৰা হয়৷
এই বুজাবুজি চুক্তিয়ে পৃথিৱী বিজ্ঞান বিভিন্ন প্ৰকল্পৰ লগতে কুমেৰু আৰু দক্ষিণাঞ্চলীয় সাগৰৰ প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণ সম্পৰ্কীয় বিষয়ত বিজ্ঞানসন্মত সহযোগিতা বৃদ্ধিত সহায় কৰিব৷
মুল বৈশিষ্ট্যঃ
*******
AKT/DB