Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

আম্বেদকাৰ জয়ন্তী উপলক্ষে জনতালৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


আম্বেদকাৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘সংবিধান নিৰ্মাতা আৰু সামাজিক ন্যায়ৰ প্ৰণেতা বাবাচাহেব ডঃ ভীমৰাও আম্বেদকাৰক তেওঁ জয়ন্তী উপলক্ষে সাদৰেৰে শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ জয় ভীম!’’
*****
AKT/VJ/MANN