Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধৰিত্ৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা


ধৰিত্ৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিম্নোক্ত বাৰ্তাটো প্ৰদান কৰিছেঃ

‘‘আজি ধৰিত্ৰী দিৱসত আমি ধৰিত্ৰী মাতৃৰ চৰণত শ্ৰদ্ধাৰে শিৰ দোৱাইছো৷ বৰ্ষজুৰি এই গ্ৰহটো বিভিন্ন প্ৰাণীৰ ঘৰ হিচাপে বিবেচিত হৈ আহিছে৷ আজি আমাৰ গ্ৰহটোৰ কল্যাণৰ দিশত কৰ্ম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু লগতে বহনক্ষম বিকাশ তথা জলবায়ু পৰিৱৰ্তনক মোকাবিলা কৰাৰ দিশত অগ্ৰসৰ হৈছো৷’’

******

AKT/KP /MANN