পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইষ্টাৰ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷
‘‘ইষ্টাৰ উপলক্ষে শুভেচ্ছা! প্ৰভু যীশুৰ পবিত্ৰ চিন্তাই লক্ষাধিক লোকক অনুপ্ৰাণিত কৰিছে৷ তেওঁ আমাৰ সমাজখনক অশুভ শক্তিৰ পৰা মুক্ত কৰি দুখীয়া তথা দুৰ্বলীসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিবলৈ আহ্বান জনাইছিল৷ এই পবিত্ৰ দিনটোত যাতে শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰবাহিত হয় তাৰেই কামনা কৰিছো,’’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷
***
AKT/SH/MANN
Greetings on Easter! The sacred thoughts of Lord Jesus Christ inspire millions. He emphasised on making our society free from evils and being compassionate towards the poor and downtrodden. May this special day enhance the spirit of peace and togetherness.
— Chowkidar Narendra Modi (@narendramodi) April 21, 2019