Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সমগ্ৰ দেশবাসীক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো৷ জয় হিন্দ৷”

******

VRRK/SH/DB