Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

জাম্বিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত বিনিময় হোৱা বুজাবুজিৰ চুক্তিপত্ৰৰ তালিকা

ভূতত্ব আৰু খনিজাত সম্পদৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় ৰিচাৰ্ড মুছুকাৱা, খনি আৰু খনিজাত সম্পদ বিভাগৰ মন্ত্ৰী

শ্ৰী প্ৰহ্লাদ যোশী, সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি বিভাগৰ মন্ত্ৰী

প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী

কলা আৰু সংস্কৃতিৰ ক্ষেত্ৰৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী

ফৰেন ছাৰ্ভিচ ইন্সটিটিউট অব্ ইণ্ডিয়া আৰু জাম্বিয়ান ইন্সটিটিউট অব্ ডিপ্লমেচী এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী

ই ভি বি এ বি নেটৱৰ্ক প্ৰকল্পৰ বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় যোছেফ মালানজি, বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী

ভাৰতীয় নিৰ্বাচন আয়োগ আৰু জাম্বিয়াৰ নিৰ্বাচন আয়োগৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

মাননীয় ন্যায়াধীশ ইচাউ চুলু, অধ্যক্ষ, জাম্বিয়াৰ নিৰ্বাচন আয়োগ

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী

ক্ৰমিক নং বুজাবুজিৰ চুক্তিপত্ৰ/সন্ধিৰ নাম জাম্বিয়াৰ পৰা বিনিময় হোৱা সমূহ ভাৰতৰ পৰা বিনিময় হোৱা সমূহ

***

VRRK/SH/AK/MANN