Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পঞ্জাৱত ফটকা কাৰখানাত জুই লাগি নিহত হোৱা লোকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ


পঞ্জাৱত ফটকা কাৰখানাত জুই লাগি নিহত হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

“পঞ্জাৱৰ ফটকা কাৰখানাত সংঘটিত হৃদয়বিদাৰক ঘটনাই মোৰ অন্তৰ চুই গৈছে৷ ইয়াৰ বাবে অত্যন্ত দুখিতঃ৷ ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি মই সমবেদনা জ্ঞাপন কৰিছো৷ মই আশা কৰিছো আঘাতপ্ৰাপ্তসকল শীঘ্ৰে সুস্থ হৈ উঠিব৷ সংশ্লিষ্ট বিভাগসমূহে ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

******

VRRK/SH/AK/MS