Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰীত নাও ডুবি মৃত্যু হোৱা লোকৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰীত নাও ডুবি মৃত্যু হোৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷

“অন্ধ্ৰ প্ৰদেশৰ পূব গোদাৱৰীত এখন নাও ডুব যোৱাৰ ঘটনাই মোক যথেষ্ট পীড়া দিছে৷ দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি মই গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জনাইছো৷ দূৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

******

VRRK/SH/MS