পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ শুভ ক্ষণত দেশবাসীক শুভেচ্ছা জনাইছে৷
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “পোহৰৰ এই উৎসৱে আমাৰ সকলোৰে জীৱন নতুনকৈ পোহৰাই তোলক আৰু আমাৰ দেশ সদায়েই সুখ, সমৃদ্ধি আৰু সৌভাগ্যশালী হৈ পৰক, তাকে কামনা কৰিলো৷ ”
***
VRRK/AK/DB
देशवासियों को दीपावली के पावन अवसर पर बहुत-बहुत शुभकामनाएं। रोशनी का यह उत्सव हम सभी के जीवन में नया प्रकाश लेकर आए और हमारा देश सदा सुख, समृद्धि और सौभाग्य से आलोकित रहे।
— Narendra Modi (@narendramodi) October 27, 2019
Wishing you all a Happy #Diwali. pic.twitter.com/5nhimk58CO