Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মহামহিম শ্বেইখ ছুলতান বিন জায়েদ আল নাহিয়ানৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহামহিম শ্বেইখ ছুলতান বিন জায়েদ আল নাহিয়ানৰ বিয়োগত সংযুক্ত আমীৰশ্বাহীৰ ৰাষ্ট্ৰপতিলৈ গভীৰ শোকবাৰ্তা প্ৰেৰণ কৰিছে৷ তেওঁ লগতে কয়, “এই শোকৰ মুহূৰ্তত আমি আল নাহিয়ানৰ পৰিয়ালবৰ্গৰ লগতে সংযুক্ত আমীৰশ্বাহী (ইউএই)বাসীলৈ আমাৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাইছো৷”

******

VRRK/AK/DB