পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট ৰাষ্টনেতা তথা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী য়াশুহিৰো নাকাছোনেৰ বিয়োগত শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিশিষ্ট ৰাষ্টনেতা তথা জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী য়াশুহিৰো নাকাছোনেৰ বিয়োগত শোক প্ৰকাশ কৰিছো৷ সূদীৰ্ঘ ২৩ বছৰৰ বিৰতিৰ পাছত ভাৰত ভ্ৰমণলৈ অহা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পথ প্ৰদৰ্শন কৰাৰ বাবে তেওঁক আমি সদায়ে মনত ৰাখিম৷
আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমৃদ্ধ কৰাত শ্ৰীযুত য়াশুহিৰো নাকাছোনেৰ অৱদান অতি মূল্যবান৷ তেওঁক সমসাময়িক ভাৰত-জাপান সম্পৰ্কৰ এগৰাকী খনিকৰ হিচাপেও স্মৰণ কৰিব৷”
********
VRRK/SH/DB
Condolences on the demise of eminent statesman and former Prime Minister of Japan, Mr. Yasuhiro Nakasone.
— Narendra Modi (@narendramodi) November 29, 2019
We will always remember his pathbreaking visit to India, which was the first by a Japanese PM after a gap of 23 years.
Mr. Yasuhiro Nakasone’s contribution to the enrichment of our bilateral relations is valuable.
— Narendra Modi (@narendramodi) November 29, 2019
He will be remembered as an architect of the contemporary India Japan friendship.