Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰয়াত সুষমা স্বৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী প্ৰয়াত সুষমা স্বৰাজক আজি তেওঁৰ জন্মবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

এটা টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, এইগৰাকী প্ৰয়াত নেতৃ আছিল ৰাজহুৱা সেৱাৰ দিশেৰে গৰিমা, শালীনতা আৰু অতুলনীয় প্ৰতিজ্ঞাবদ্ধতাৰ এক প্ৰতিভূ আছিল। ভাৰতীয় মূল্যবোধ আৰু লোকাচাৰৰ সৈকে গভীৰভাৱে জড়িত থাকি তেওঁ আমাৰ দেশখনৰ বাবে ন ন সপোন দেখিছিল তেওঁ। এগৰাকী অসাধাৰণ সতীৰ্থ আৰু অনবদ্য মন্ত্ৰী আছিল তেওঁ।”

*****

VRRK/VJ/RD