পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীয়েআজিভিডিঅ’ কনফাৰেন্সযোগেৰেডিঅ’ জকী (আৰজে)সকলৰসৈতেবাৰ্তালাপতমিলিতহয়৷ আৰজেসকলে ক’ভিড-১৯ৰ বিষয়েসজাগতাপ্ৰচাৰকৰাৰবাবেপ্ৰধানমন্ত্ৰীয়েতেওঁলোককপ্ৰশংসাকৰে৷ তেওঁকয়যেলক্-ডাউনস্বত্বেওআৰজেসকলেনিজৰদায়িত্বঘৰতথাকিওপালনকৰিছে৷ প্ৰধানমন্ত্ৰীয়েকয়যেআৰজেসকললক্ষাধিকভাৰতীয়পৰিয়ালৰঘৰৰসদস্যৰদৰে৷ জনসাধাৰণেতেওঁলোককশুনাইনহয়, অনুসৰণোকৰে৷ আৰজেসকলৰঅন্ধবিশ্বাসদূৰকৰাটোকেৱলদায়িত্বইনহয়, লগতেজনসাধাৰণকইয়াৰবাবেউৎসাহিতকৰাটোওতেওঁলোকৰদায়িত্ব৷ প্ৰধানমন্ত্ৰীয়েআৰজেসকলকজনসাধাৰণেসন্মুখীনহোৱাসমস্যাআৰুপ্ৰত্যাহ্বানসমূহৰবিষয়েওপ্ৰচাৰকৰিবলৈআহ্বানজনায়যাতেচৰকাৰেসেইসমস্যাসমূহসক্ৰিয়তাৰেসমাধানকৰিবপাৰে৷
প্ৰধানমন্ত্ৰীমোদীয়েআৰজেসকলকধনাত্মকবাতৰিসম্প্ৰচাৰকৰিবলৈআহ্বানজনায়৷ যিসকলৰোগীয়েক’ৰনাভাইৰাছৰকৱলৰপৰামুক্তিপাইছেতেনেধৰণৰবাতৰিপ্ৰচাৰৰজৰিয়তেদেশবাসীকঐক্যৱদ্ধহোৱাতসহায়কহ’ববুলিপ্ৰধানমন্ত্ৰীয়েমন্তব্যকৰে৷ তাৰোপৰিপ্ৰধানমন্ত্ৰীয়েআৰজেসকলকস্থানীয়নায়কসমূহযেনেআৰক্ষীবিষয়া, চিকিৎসক, নাৰ্ছ, ৱাৰ্ডবয়ইত্যাদিসকলকোনিৰৱচ্ছিন্নভাৱেৰাষ্ট্ৰীয়পৰ্যায়তউৎসাহিতকৰিবলৈআহ্বানজনায়৷
প্ৰধানমন্ত্ৰীয়েকয়যেএনেধৰণৰখবৰৰপ্ৰচাৰৰজৰিয়তেচিকিৎসক, স্বাস্থকৰ্মীআৰুবিমানকৰ্মীসকলেভাইৰাছৰদ্বাৰাআক্ৰান্তহোৱাবুলিভাবিতেওঁলোকৰসৈতেকৰাসামাজিকদুৰ্ব্যৱহাৰজাতীয়প্ৰত্যাহ্বানসমূহৰমোকাবিলাকৰিবপৰাহ’ব৷ তাৰোপৰিজনসাধাৰণৰসুৰক্ষাৰবাবেনিয়োজিতআৰক্ষীকৰ্মীসকলকোসহযোগিতাপ্ৰদানকৰিবলৈজনসাধাৰণকসজাগকৰিবলৈতেওঁআৰজেসকলকআহ্বানজনায়৷ তেওঁকয়যেএইমহামাৰীৰবিৰুদ্ধেযুঁজিবলৈ ১৩০ কোটিভাৰতীয়ইৰাষ্ট্ৰীয়স্বেচ্ছাসেৱীৰভূমিকাগ্ৰহণকৰাউচিত৷
প্ৰধানমন্ত্ৰীয়েকয়যেএইকঠিনসময়ছোৱাতদৰিদ্ৰসকলৰসমস্যাসমাধানৰবাবেচৰকাৰেবিভিন্নপদক্ষেপৰকথাঘোষণাকৰিছে৷ এইপদক্ষেপসমূহৰবিষয়েতেওঁলোককঅৱগতকৰোৱাটোআৱশ্যকবুলিপ্ৰধানমন্ত্ৰীয়েকয়৷ তেওঁকয়যেএইক্ষেত্ৰতআৰজেসকলেএইপদক্ষেপসমূহৰবিষয়েঘোষণাকৰিবপাৰেআৰুসামাজিকদূৰত্বৰগুৰুত্বসম্পৰ্কেওউল্লেখকৰিবপাৰে৷
প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰপৰাৰেডিঅ’ত ‘মনকীবাত’ সম্প্ৰচাৰকৰিঅহাৰপৰিপ্ৰেক্ষিততআৰজেসকলেপ্ৰধানমন্ত্ৰীকতেওঁলোকৰমাজৰেএজনবুলিমন্তব্যকৰে৷ প্ৰধানমন্ত্ৰীৰ ‘জনতাকাৰ্ফিউ’ৰআহ্বানআৰুসন্মুখৰশাৰীৰযোদ্ধাসকলৰবাবেকৰাউদ্ভাৱনীমূলকচিন্তাকআৰজেসকলেপ্ৰশংসাকৰে৷
প্ৰধানমন্ত্ৰীয়েকয়যেৰাজহুৱাসম্প্ৰচাৰকঅলইণ্ডিয়াৰেডিঅ’ইউৰাবাতৰিৰোধকৰাতবিশেষভূমিকাপালনকৰিবপাৰে৷ তেওঁআৰজেসকলকউৰাবাতৰিসমূহৰোধকৰাৰবাবেকামকৰিবলৈঅনুৰোধকৰে৷
প্ৰধানমন্ত্ৰীয়েকয়যেআৰজেসকলেসমাজতগঠনাত্মকআৰুধনাত্মকবাৰ্তাপ্ৰদানতগুৰুত্বপূৰ্ণভূমিকাপালনকৰিআহিছে৷ তেওঁকয়যেঐক্যৱদ্ধতাৰসৈতেধনাত্মকআচৰণেইহ’ল ক’ভিড-১৯ৰ বিৰুদ্ধেযুঁজাৰমূলচাবি-কাঠি৷
আজিৰএইবাৰ্তালাপতকেন্দ্ৰীয়তথ্যআৰুসম্প্ৰচাৰমন্ত্ৰী, তথ্যআৰুসম্প্ৰচাৰমন্ত্ৰালয়ৰসচিবেওঅংশগ্ৰহণকৰে৷
*****
VRRK/KP/MANN
Today I had an extensive interaction with Radio Jockeys from different parts of India. Radio has a major role to play in spreading awareness on ways to fight COVID-19. I shared some ideas on how the radio can do so and also heard their innovative ideas. https://t.co/zWV17FXpEu
— Narendra Modi (@narendramodi) March 27, 2020