Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ উৎসৱ গণেশ চতুৰ্থী উপলক্ষে দেশবাসীক শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে সুখ আৰু সমৃদ্ধিৰ কামনা কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোক সকলোকে গণেশ চতুৰ্থীৰ বহুত বহুত শুভেচ্ছা জনালো৷ গণপতি বাপ্পা মোৰেয়া৷”

পবিত্ৰ উৎসৱ গণেশ চতুৰ্থীৰ শুভেচ্ছা জনালো৷ ভগৱান শ্ৰীগণেশে সদায় আমাক আশীৰ্বাদ কৰক৷ সকলোৰে সুখ আৰু সমৃদ্ধিৰ কামনা কৰিলো৷

***

VRRK/SH/DB