Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অ’নাম উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পবিত্ৰ অ’নাম উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে অ’নামৰ শুভেচ্ছা জনাইছো৷ এয়া এক বিশেষ উৎসৱ, য’ত একতাৰ ভাৱনাক উদযাপন কৰা হয়৷ এয়া আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলক কৃতজ্ঞতা প্ৰকাশ কৰাৰো উৎসৱ৷ মই সকলোৰে আনন্দ আৰু সু-স্বাস্থ্য কামনা কৰিলো৷”

VRRK/SH/DB