Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

শ্ৰী সুনীল জৈনৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট সাংবাদিক শ্ৰী সুনীল জৈনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়ঃ

‘সুনীল জৈন, আপুনি অতি সোনকালে আমাক এৰি গুচি গ’ল। এতিয়াৰে পৰা আপোনাৰ স্তম্ভবোৰ পঢ়িবলৈ নাপাম আৰু বিভিন্ন বিষয়ত আপোনাৰ স্পষ্ট আৰু অন্তৰ্দৃষ্টিপূৰ্ণ দৃষ্টিভংগী শুনিবলৈ নাপাম। আপুনি এক অনুপ্ৰেৰণাদায়ক পৰিসৰৰ কাম এৰি গৈছে। আপোনাৰ দুখজনক মৃত্যুৱে সাংবাদিকতাৰ ক্ষেত্ৰখন আজি দুৰ্বল কৰি পেলালে। সুনীল জৈনৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।’

 

 ***************

DS/SH/KG