Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

উত্তৰপ্ৰদেশৰ মন্ত্ৰী শ্ৰী বিজয় কাশ্যপৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ মন্ত্ৰী শ্ৰী বিজয় কাশ্যপৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজেপি নেতা তথা উত্তৰপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী বিজয় কাশ্যপ জীৰ বিয়োগত অত্যন্ত দুখ অনুভৱ কৰিছো৷ তেওঁ তৃণমূল কৰ্মীৰ সৈতে জড়িত নেতা আৰু সদায় জনহিতকৰ কামৰ প্ৰতি সমৰ্পিত আছিল৷ এই শোকাকূল মুহূৰ্তত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি!”

*****

DS/SH/DB