Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ


 

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী চিদ্দাৰামাইয়াৰ লগতে উপ মুখ্যমন্ত্ৰী শ্ৰী ডি কে শিৱকুমাৰে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘হেণ্ডেল’-য়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

“কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী @siddaramaiah আৰু উপ মুখ্যমন্ত্ৰী শ্ৰী @DKShivakumarয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

 

***

MJPS/SR/KB