Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ কোটাত এখন নাও ডুবি প্ৰাণহানি হোৱা ঘটনাত শোক প্ৰকাশ কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

ৰাজস্থানৰ কোটাত এখন নাও ডুব যোৱা ঘটনাই পীড়িত কৰিছে। যিসকল লোকে তেওঁলোকৰ নিকটাত্মীয় আৰু আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মই সমবেদনা জনাইছোঁ

 

 *******************************************************

VRRK/SH/KG