পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী ডি কে শিৱকুমাৰক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কাৰ্যকালৰ বাবে শুভকামনা জনায়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে প্ৰকাশ কৰে যে কেন্দ্ৰই জনসাধাৰণৰ কল্যাণৰ বাবে কৰ্ণাটক চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব।
প্ৰধানমন্ত্ৰীয়ে এক্স পোষ্টত কয়:
“কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে শ্ৰী ডি কে শিৱকুমাৰজীক অভিনন্দন জনাইছো। তেওঁৰ কাৰ্যকালৰ বাবে শুভকামনা জনালোঁ। কেন্দ্ৰই জনসাধাৰণৰ কল্যাণৰ বাবে কৰ্ণাটক চৰকাৰৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিব।”
@DKShivakumar”
Congratulations to Shri DK Shivakumar Ji on taking oath as Chief Minister of Karnataka. Best wishes for his tenure. The Centre will work closely with the Karnataka Government for the welfare of the people.@DKShivakumar
— Narendra Modi (@narendramodi) June 3, 2026
***
MJPS/SS/PRK/DB